This class 3 Assamese sample question paper has been prepared for the students reading in class 3 under the CBSE board India. The students can do practice with these questions.
Class 3 Assamese Question Paper
A. Fill in the blanks
- শুৱালকুছিত ————– উদ্যোগ আছে।
- ————– মানে বিন্ধা।
- ধ্ৰুৱ তৰা বৰ ————–
- দুখৰ সময়ত বন্ধুক ————– দিবা।
- ভাৰতবৰ্ষ আমাৰ ————–।
B. answer in one word.
- নিগনিটোৱে কি বিচাৰি ওলাই গৈছিল?
- বাকচৰ ভিতৰত সি কি দেখিলে।
- শস্য খাই খাই নিগনিটো কেনেকুৱা হৈ পৰিল?
- শেষত নিগনিক কোনে উপায় দিলে?
C. উত্তৰ লিখা
- নিগনিটোৱে কি বিচাৰি ওলাই গৈছিল?
- বাকচৰ তলৰ ফালে কি আছিল?
- বাকচৰ ভিতৰত সোমাই সি কি কৰিলে?
- বাকচৰ ভিতৰত থকা নিগনিটোৰ চিঞৰ কোনে শুনিলে?
- নিগনিটোৱে আগৰ সমান খীণ হ’বলৈ কি কৰিবলগীয়া হ’ল?
- তুমি কি কি শস্যৰ নাম জানা লিখা
D. MATCH
- কাউৰী মিউমিউ
- মেকুৰী গুণ গুণ
- শিয়াল চিৰিক চিৰিক
- ঘৰ চিৰিকা বেবাই
- মৌ মাখি ৰমলিয়াই
- সিংহ হোৱা হোৱা
- ছাগলী গোজৰ মাৰে
E. তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা।
- পৰুৱা আৰু কপৌ চৰাই দুয়ো ক’ত বাস কৰিছিল?
- কপৌ চৰাইটোৱে পৰুৱাটোক কেনেদৰে বচালে?
- হাবিলৈ চিকাৰীজন কিয় আহিছিল?
- চিকাৰীজনে হাতত কি লৈ আহিছিল?
- পৰুৱাটোৱে চিকাৰীজনক কি কৰিলে?
F. বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
সুখ বাৰিষা ডাঙৰ ওখ বন্ধু ওচৰ
G. একে অর্থ বুজোৱা শব্দ লিখা।
বন্ধু দুখ নৈ গছ হাবি চৰাই
H. বাক্য ৰচনা কৰা।
বন্ধু বানপানী প্রাণ লক্ষ্য
I. কবিতাটো মুখস্থ কৰা।
J. কেইবিধমান ফুলৰ নাম লিখা।
K. আকাশত কি কি দেখা যায়?
L. কেইবিধ মান চৰাইৰ নাম লিখা।
M. উত্তৰ লিখা।
- কবিৰ চোলাবোৰ কোনে ক’ব পৰা আনি দিয়ে?
- মিস্ত্রিয়ে কি কি সাজে বুলি কবিতাটোত কৈছে?
- কি কি ৰঙৰ নাম জানা লিখা।
N. খালী ঠাই পূৰ কৰা।
—————— গঢ়োতা —————— জন
কেতিয়াবা পালে চিনি
তেওঁকে সুধিম ইমান ——————
—————— দিয়ে —————— কিনি
O. Answer these questions in Assamese.
- কি কি মাহত বৰষুণ বেছি হয়?
- কি কি মাহত ধান চপায়?
- কি মাহত ভোগালী বিহু পালন কৰে লিখা?
- এক সপ্তাহত কেইদিন? দিন সমূহৰ নাম লিখা।
- অসমীয়া বছৰৰ মাহ বোৰৰ নাম লিখা আৰু মনত ৰাখা।
- ঋতু কেই প্ৰকাৰৰ আৰু কি কি?
Searching for job? please visit the homepage
See the previous questions here
Please visit out site for the answers of the questions.